সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো দৃঢ় নহয়
উদাহরণ : থুনুকা বস্তু সহজে ভাগে
সমার্থক : অদৃঢ়, অশক্ত, চনকা, চনচনীয়া, ঠনঠনীয়া, ভংগুৰ
অর্থ : যাক ভাঙিব পাৰি
উদাহরণ : সীতাৰ সয়ম্বৰত ৰামে ভঞ্জনীয় ধনু দাঙি ভাঙি পেলালে
সমার্থক : ভঙ্গুৰ, ভঞ্জনশীল, ভঞ্জনীয়
ইনস্টল