পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দুমুখীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দুমুখীয়া   বিশেষণ

অর্থ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে

উদাহরণ : যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে

অর্থ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়

উদাহরণ : আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়

সমার্থক : দুফলীয়া

অর্থ : দেখাত চিধা-চাধা আৰু ভোলা কিন্তু বাস্তৱত মহা ধূর্ত

উদাহরণ : সন্তোষ এটা দুমুখীয়া মানুহ

সমার্থক : তলগুজীয়া, দোমাদলীয়া

অর্থ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ

উদাহরণ : দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে

অর্থ : যাৰ দুখন মুখ আছে

উদাহরণ : বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে