অর্থ : পাৰত লগোৱা
উদাহরণ :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
অর্থ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
উদাহরণ :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
সমার্থক : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
অর্থ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
উদাহরণ :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
সমার্থক : আগবঢ়োৱা
অর্থ : পাৰ হোৱা বা ব্যতিত হোৱা
উদাহরণ :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
সমার্থক : অতিবাহিত কৰা, কটোৱা