সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ পূজা কৰা হয়
উদাহরণ : হনুমান, গণেশ, শিৱ আদি হিন্দুসকলৰ পূজিত দেৱতা
সমার্থক : অর্চিত, আৰাধিত, উপাসিত
অর্থ : যাৰ পূজা কৰা হৈছে
উদাহরণ : প্রথম পূজিত দেৱতা হʼল গণেশ পূজিত মূর্তিৰ ওপৰত গাখীৰ, দৈ, চেনী আদি অর্পিত হৈছে
সমার্থক : আৰাধিত, উপাসিত
ইনস্টল