সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রথমে কোৱা
উদাহরণ : মন্ত্রী মহোদয়ে নিজৰ পূর্বোক্ত ভাষণত কোৱা বক্তব্যৰ খণ্ডন কৰিলে
সমার্থক : পূর্বকথিত
অর্থ : যাৰ উল্লেখ ওপৰত বা প্রথমতেই কৰা হৈছে
উদাহরণ : উপৰোক্ত দোহাফাকি ৰামচৰিত মানসৰ পৰা অৱতাৰণা কৰা হৈছে
সমার্থক : উপর্যুক্ত, উপৰিলিখিত, উপৰোক্ত, উল্লিখিত
ইনস্টল