অর্থ : * ৰচনা আদিক প্রকাশিত কৰা
উদাহরণ :
তেওঁ এতিয়ালৈকে দুখন কিতাপ প্রকাশিত কৰিলে
অর্থ : কোনো স্থান প্রকাশেৰে ভৰাই তোলা
উদাহরণ :
দিনৰ শেষত বিজুলীবাতি জ্বলাই ঘৰবোৰ পোহৰাই তোলা হয়
সমার্থক : পোহৰাই তোলা, পোহৰোৱা