অর্থ : পিছৰ ফালে জোৰা লগোৱা, ওপৰ বা বাহিৰৰ পৰা আনি মিলোৱা
উদাহরণ :
তুকাৰামৰ গাথাত কিছুমান প্রক্ষিপ্ত ৰচনা আছে
অর্থ : যাৰ প্রক্ষেপণ কৰা হৈছে
উদাহরণ :
প্রক্ষেপিত উপগ্রহটোৰ পৰা এতিয়া সংকেত পোৱা গৈছে
সমার্থক : প্রক্ষেপিত