অর্থ : যিজনে বিদেশত গৈ বসবাস কৰিছে
উদাহরণ :
ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
অর্থ : বিদেশত গৈ বসবাস কৰা বা থকা
উদাহরণ :
কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে