অর্থ : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
উদাহরণ :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
সমার্থক : ্সন্দর্ভ
অর্থ : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
উদাহরণ :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
অর্থ : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
উদাহরণ :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
সমার্থক : বিষয়-বস্তু