পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লাটুম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লাটুম   বিশেষ্য

অর্থ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ

উদাহরণ : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল

সমার্থক : চকৰি

অর্থ : কাঠ আদিৰে তৈয়াৰী খুব ঘূৰাব পৰা সৰু খেলনা বিশেষ

উদাহরণ : লʼৰা-ছোৱালীবোৰে চকৰী নচুৱাই আছে

সমার্থক : চকৰী, লাটিম

অর্থ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী

উদাহরণ : লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে

সমার্থক : লাটিম