পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বীকৃত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বীকৃত   বিশেষণ

অর্থ : যাক অনুমতি দিয়া হৈছে

উদাহরণ : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

সমার্থক : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

অর্থ : যাৰ সহমত লাভ কৰিছে

উদাহরণ : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

সমার্থক : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

অর্থ : যিটো স্বীকাৰ কৰা হৈছে

উদাহরণ : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

সমার্থক : মান্য

অর্থ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

উদাহরণ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

সমার্থক : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

অর্থ : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

উদাহরণ : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

সমার্থক : অনুমতি প্রাপ্ত